কবিতা এনে এটা মাধ্যম যি আপোনাক খুব সৰু সুৰা দুটা শব্দৰ মাজেৰে চুই যায় । যাক উপলব্ধি কৰিবলৈ আপোনাক কোনো উচ্চ জ্ঞানৰ প্ৰয়োজন নাই । আৰু সেইবাবেই মই কবিতা ভাল পাওঁ... আপোনাৰ দৰেই ।